إعدادات العرض
গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত…
গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।
[হাছান]
الترجمة
العربية Português دری Македонски Tiếng Việt Magyar ქართული Bahasa Indonesia বাংলা Kurdî ไทย Nederlandsالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক কোৰআন শিকাইছিল, আৰু তেওঁলোকক সকলো অৱস্থাতে কোৰআন পঢ়াইছিল, কিন্তু জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত পঢ়োৱা নাছিল।فوائد الحديث
গোছল ফৰজ হোৱা ব্যক্তিয়ে গোছল নকৰালৈকে কোৰআন তিলাৱত কৰা উচিত নহয়।
হাতে কামে শিক্ষা প্ৰদান কৰা উচিত।
