إعدادات العرض
ফিকহ আৰু উচুলে ফিক্হ - الصفحة 3
ফিকহ আৰু উচুলে ফিক্হ - الصفحة 3
9- ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।
13- হয়, তুমি তোমাৰ বাবে আৰু তোমাৰ সন্তান-সন্ততিৰ বাবে উচিতভাৱে তেওঁৰ সম্পদৰ পৰা ল'ব পাৰা।
34- এই দুয়োটা বস্তু মোৰ উম্মতৰ পুৰুষসকলৰ বাবে হাৰাম আৰু নাৰীসকলৰ বাবে হালাল।
51- নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে।
55- ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
61- প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।
87- উকল বা উৰাইনাহ গোত্রৰ কিছু সংখ্যক লোকে (ইছলাম গ্রহণ কৰাৰ কাৰণে) মদিনালৈ অহাত সিহঁত অসুস্থ হৈ পৰিল।
92- যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।
93- এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ অধিক পৰিমাণৰ বস্তু চুৰি কৰিলে হাত কৰ্তন কৰা হ'ব।
94- আল্লাহে নিৰ্ধাৰণ কৰা দণ্ডবিধিৰ বাহিৰে, বেলেগ কোনো ক্ষেত্ৰতে দহটাতকৈ অধিক বেত্ৰাঘাত কৰা উচিত নহয়।
97- যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।
